October 26, 2024 9:19 PM

কাইলৈৰ পৰা ২৯ অক্টোবৰলৈ স্পেইনৰ ৰষ্ট্ৰপতি পেড়’ছানছেছ আৰু তেওঁৰ পত্নী বেগোনা গোমেজৰ আনুষ্ঠানিকভাৱে ভাৰত ভ্ৰমণ

স্পেইনৰ ৰষ্ট্ৰপতি পেড়’ছানছেছে তেওঁৰ পত্নী বেগোনা গোমেজৰ সৈতে কাইলৈৰ পৰা ২৯ অক্টোবৰলৈ আনুষ্ঠানিকভাৱে ভাৰত ভ্ৰমণ কৰিব। এয়া হ'ব – ৰাষ্ট্ৰপতিগৰাকীৰ প্ৰথম ভাৰত ভ্ৰমণ। উল্লেখযোগ্য যে ১৮ বছ...