April 1, 2024 8:40 PM

ভাৰতীয় সেনাবাহিনীৰ অসম ৰেজিমেণ্টৰ অৱসৰপ্ৰাপ্ত সৈনিক চুবেদাৰ থানেচেইয়াৰ মৃত্যুত সমগ্ৰ দেশতে শোকৰ ছাঁ

ভাৰতীয় সেনাবাহিনীৰ অসম ৰেজিমেণ্টৰ অৱসৰপ্ৰাপ্ত সৈনিক চুবেদাৰ থানেচেইয়াৰ মৃত্যুত সমগ্ৰ দেশতে শোকৰ ছাঁ পৰিছে। ১০২ বছৰীয়া মিজোৰামৰ সৈনিকগৰাকীৰ কালি মৃত্যু ঘটে। তেওঁ ক'হিমা যুদ্ধত প্ৰদৰ...