November 27, 2024 9:03 PM
সামাজিক মাধ্যমত অশ্লীল বিষয়ৰ প্ৰচাৰ ৰোধৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰিবলৈ সহমত গঢ়াত গুৰুত্ৱ আৰোপ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ
সামাজিক মাধ্যমত অশ্লীল বিষয়ৰ প্ৰচাৰ ৰোধ কৰাৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰিবলৈ সহমত গঢ়ি তোলাৰ ওপৰত আজি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে লোকসভাত গুৰুত্ব আৰোপ কৰে। সাংসদ ...