February 3, 2025 8:28 PM
দেশত নিবনুৱাৰ হাৰ ৫ বছৰ পূৰ্বৰ ৬ শতাংশৰ তুলনাত ৩.২ শতাংশলৈ হ্ৰাস হৈছে : শ্ৰম আৰু নিয়োগ দপ্তৰৰ ৰাজ্যমন্ত্রী
চৰকাৰে লোকসভাত সদৰি কৰিছে যে, বিগত বিত্তীয় বৰ্ষৰ সময়ছোৱাত ৫ বছৰ পূৰ্বৰ ৬ শতাংশৰ তুলনাত ৩ দশমিক ২ শতাংশলৈ নিবনুৱাৰ হাৰ হ্ৰাস হৈছে। শ্ৰম আৰু নিয়োগ দপ্তৰৰ ৰাজ্যমন্ত্রী শোভা কাৰাণ্ডলাজেয়ে ...