May 16, 2024 8:42 PM
মধুমেহ, হৃদ আৰু যকৃতৰ ৰোগৰ চিকিৎসাত বহুলভাৱে ব্যৱহৃত ৪১ বিধ ঔষধৰ মূল্য হ্ৰাস
চৰকাৰে মধুমেহ, হৃদ আৰু যকৃৎ বিসংগতিৰ দৰে ৰোগৰ চিকিৎসাত বহুলভাৱে ব্যৱহৃত ৪১ বিধ ঔষধৰ মূল্য হ্ৰাস কৰিছে। আৱশ্যকীয় ঔষধ সুলভ কৰি তোলাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় ভেষজ মূল্য নির্ধাৰণ প্ৰাধিকৰণৰ বৈ...