February 8, 2025 12:35 PM
দক্ষ ভাৰত কার্যসূচীত ২০২৫-২৬ বৰ্ষলৈ ৮,৮০০ কোটি টকাৰ অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ
কেন্দ্ৰীয় চৰকাৰে ২০২২-২৩ বৰ্ষৰ পৰা ২০২৫-২৬ বৰ্ষলৈ ৮ হাজাৰ ৮০০ কোটি টকাৰ দক্ষ ভাৰত কার্যসূচীত অনুমোদন জনাইছে। নতুন দিল্লীত কালি সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অ...