February 28, 2025 1:37 PM
শিৱসাগৰ জিলাক ধ্যান আৰু যোগৰ কেন্দ্ৰৰূপে গঢ়ি তোলা উচিত বুলি শিক্ষামন্ত্রীৰ মন্তব্য
শিৱসাগৰ জিলাক ধ্যান আৰু যোগৰ কেন্দ্ৰৰূপে গঢ়ি তোলা উচিত বুলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে মন্তব্য কৰিছে। শিৱসাগৰ দৌল উন্নয়ন পৰিষদৰ উদ্যোগত আয়োজিত শিৱৰাত্ৰি উৎসৱৰ সামৰণি অনুষ্ঠানত অং...