February 19, 2025 3:29 PM
আজি শিৱাজী মহাৰাজৰ ৩৯৫ সংখ্যক জন্ম জয়ন্তী পালন
মহান মাৰাঠা যোদ্ধা,ৰজা ছত্রপতি শিৱাজী মহাৰাজৰ ৩৯৫ সংখ্যক জন্ম জয়ন্তী আজি পালন কৰা হৈছে। মহাৰাষ্ট্ৰৰ পুনে জিলাৰ শিৱনেৰী দুৰ্গত ১৬৩০ চনত জন্ম গ্রহণ কৰা ছত্রপতি শিৱাজীয়ে মাৰাঠা সাম্ৰাজ্য...