January 29, 2025 12:32 PM
সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে কাইলৈ চৰকাৰৰ সৰ্বদলীয় বৈঠক আহ্বান
সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে চৰকাৰে কাইলৈ সৰ্বদলীয় বৈঠক আহ্বান কৰিছে। উল্লেখযোগ্য যে শুক্রবাৰে আৰম্ভ হ'বলগীয়া সংসদৰ বাজেট অধিৱেশনত শনিবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৫-২৬ বৰ্ষৰ ...