April 6, 2025 12:30 PM
গুৱাহাটীৰ শিলসাঁকো বিলক প্রধানমন্ত্রী কৃষি জলসিঞ্চন যোজনাৰ অধীনত সামৰি ল’বলৈ ৰাজ্য চৰকাৰে আগবঢ়োৱা প্ৰস্তাৱ গ্ৰহণ কেন্দ্ৰীয় চৰকাৰৰ
কেন্দ্ৰীয় চৰকাৰে গুৱাহাটীৰ শিলসাঁকো বিলক পুনৰুজ্জীৱিত কৰা আৰু প্ৰদূষণমুক্ত কৰাৰ উদ্দেশ্যে প্রধানমন্ত্রী কৃষি জলসিঞ্চন যোজনাৰ অধীনত সামৰি লোৱাৰ বাবে ৰাজ্য চৰকাৰে আগবঢ়োৱা প্ৰস্তাৱ গ্...