ডাউনলোড
মোবাইল এপ

android apple
signal

February 13, 2025 8:54 PM

ছিকিমৰ উত্তৰ-পূব অংশত তুষাৰপাতৰ ফলত বন্ধ হোৱা প্ৰধান পথসমূহ মুকলিৰ ব্যৱস্থা সীমান্ত পথ সংস্থাৰ

ছিকিমৰ উত্তৰ আৰু পূব-অংশত হোৱা তুষাৰপাতৰ ফলত বন্ধ হৈ পৰা প্ৰধান পথসমূহ মুকলি কৰাৰ বাবে সীমান্ত পথ সংস্থা B.R.Oএ ব্যৱস্থা গ্ৰহণ কৰিছে। লাছুং আৰু লাছেন অক্ষৰ কৌশলগত পথৰ লগতে নাথুলা আৰু টামজেৰ ঘা...