April 8, 2025 8:41 PM
শিৱসাগৰৰ ডিমৌ আথাবাৰী চাহ বাগিচাত উৎপাদিত চাহে আন্তর্জাতিক চাহৰ প্ৰদৰ্শনী-প্রতিযোগিতাত লাভ কৰিলে উচ্চ মানৰ চাহৰ স্বীকৃতি
শিৱসাগৰ জিলাৰ ডিমৌ আথাবাৰী চাহ বাগিচাত উৎপাদিত চাহে আন্তর্জাতিক চাহৰ প্ৰদৰ্শনী আৰু প্রতিযোগিতাত উচ্চ মানৰ চাহৰ স্বীকৃতি লাভ কৰিছে। লাছ ভেগাছৰ ৱ’ৰ্ল্ড টী এক্সপ’ৰ বিশ্বমানৰ চাহৰ প্রতিযোগ...