March 19, 2025 5:53 PM
ৰাছিয়া-ইউক্রেইনৰ যুদ্ধক্ষেত্ৰত ভাৰতৰ স্থিতিৰ বিৰোধিতা কৰাটো ভুল আছিলঃ শশী থাৰুৰ
ৰাছিয়া-ইউক্রেইনৰ যুদ্ধক্ষেত্ৰত ভাৰতৰ স্থিতিৰ বিৰোধিতা কৰাটো ভুল আছিল বুলি কংগ্ৰেছ নেতা শশী থাৰুৰে স্বীকাৰ কৰিছে। নতুন দিল্লীত আয়োজিত ৰায়ছিনা আলোচনাত অংশগ্ৰহণ কৰি শ্ৰী থাৰুৰে কালি কয...