October 13, 2024 8:57 PM

মহাৰাষ্ট্ৰৰ জনসাধাৰণ এটা ৰাজনৈতিক পৰিৱৰ্তনৰ বাবে অত্যন্ত আগ্ৰহেৰে বাট চাই আছেঃ শাৰদ পাৱাৰ

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টী- এছ পিৰ মুৰব্বী শাৰদ পাৱাৰে আজি কৈছে যে, মহাৰাষ্ট্ৰৰ জনসাধাৰণ এটা ৰাজনৈতিক পৰিৱৰ্তনৰ বাবে অত্যন্ত আগ্ৰহেৰে বাট চাই আছে আৰু ৰাজ্যখনৰ সমাগত বিধানসভা নিৰ্বাচনৰ ফলা...