October 16, 2024 8:39 PM

৩ৰ পৰা ৬ নবেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হব আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰৰ সপ্তম অধিৱেশন

আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰৰ সপ্তম অধিৱেশন অহা ৩ নবেম্বৰৰ পৰা ৬ নবেম্বৰলৈ চাৰিদিনীয়া কাৰ্য্যসূচীৰে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব। অধিৱেশনত শক্তিৰ উপলভ্যতা, নিৰাপত্তা আৰু সদস্য ...