February 15, 2025 11:34 AM
পাকিস্তানৰ হৰনাইৰ শ্বাহৰাগত বোমা বিস্ফোৰণত ১১জন শ্রমিকৰ মৃত্যু
পাকিস্তানত, বালুচিস্তান প্রদেশৰ হৰনাইৰ শ্বাহৰাগ অঞ্চলত সংঘটিত এটা বোমা বিস্ফোৰণত কমেও ১১ জন শ্রমিকৰ মৃত্যু হোৱাৰ লগতে ৭ জন শ্রমিক গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয়। বিভাগীয় সূত্ৰৰ তথ্য অনুসৰ...