September 26, 2024 9:08 PM

সন্ত্রাসবাদক নির্মূল কৰা হৈছে আৰু ইয়াক পুনৰুত্থানৰ কোনো সুযোগ দিয়া নহ’বঃ গৃহমন্ত্ৰী অমিত শ্বাহ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা গৃহমন্ত্রী অমিত শ্বাহে কৈছে যে সন্ত্রাসবাদক নির্মূল কৰা হৈছে আৰু ইয়াক পুনৰুত্থানৰ কোনো সুযোগ দিয়া নহ'ব। তেওঁ লগতে বিজেপিৰ কাৰ্যকালত সন্ত্ৰাসবাদ মুক্ত অঞ্চলৰো ...