August 20, 2024 12:07 PM
উচ্চতম ন্যায়ালয়ত আজি পশ্চিমবংগৰ চিকিৎসকক ধৰ্ষণ-হত্যাৰ গোচৰৰ শুনানি
উচ্চতম ন্যায়ালয়ে আজি পশ্চিমবংগ চৰকাৰৰ অধীনস্থ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ চিকিৎসক এগৰাকীৰ ধৰ্ষণ আৰু হত্যা সন্দৰ্ভত এটা গোচৰৰ শুনানি গ্ৰহণ কৰিব। দেশৰ মুখ্য ন্যায়াধীশ ...