July 24, 2024 10:05 AM
নীট ইউ-জি বাতিল তথা নতুনকৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ নিৰ্দেশ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
উচ্চতম ন্যায়ালয়ে চলিত বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীট ইউ-জি বাতিল কৰিবলৈ আৰু নতুনকৈ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিবলৈ অস্বীকাৰ কৰিছে। ইয়াৰ ফলত সমগ...