July 10, 2024 8:09 PM
বিবাহ বিচ্ছেদিত মুছলিম মহিলাই স্বামীৰ পৰা খোৰাকী লাভৰ অধিকাৰ আছে : উচ্চতম ন্যায়ালয়
উচ্চতম ন্যায়ালয়ে কৈছে যে, ফৌজদাৰী কাৰ্যবিধিৰ ১২৫ নম্বৰ অনুচ্ছেদৰ অধীনত মুছলিম মহিলাসকলৰ স্বামীৰ পৰা খোৰাকী লাভৰ অধিকাৰ আছে। ফৌজদাৰী কাৰ্যবিধিৰ ১২৫ নম্বৰ অনুচ্ছেদৰ অধীনত বিবাহ বিচ্চেদ...