September 14, 2024 10:47 AM

সত্ৰৰ ভূমি দখলমুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰক আহ্বান অসম সত্ৰ মহাসভাৰ

■ অসম সত্ৰ মহাসভাই সত্ৰৰ ভূমি দখলমুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনাইছে। সোণাপুৰত জনজাতি বেল্টৰ ভূমি দখলমুক্ত কৰাৰ অভিযানৰ দৰে অসমৰ সত্ৰসমূহৰ মাটিও দখলমুক্ত কৰাৰ বাবে সত্র মহাসভাই আহ...