May 12, 2024 8:30 PM

উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টীৰ ষষ্ঠ তথা সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ

উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টীয়ে ষষ্ঠ তথা সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে দলীয় প্ৰাৰ্থীৰ আন এখন তালিকা প্ৰকাশ কৰিছে। দলটোৱে মির্জাপুৰৰপৰা ৰমেশ বিন্দক প্রার্থী হিচাপে প্ৰক্ষেপ কৰ...