January 20, 2025 1:04 PM
ছেইফ আলী খানৰ আক্ৰমণৰ গোচৰত শ্বৰিফুল ইছলাম ছেহজাদক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ
বলীউদ অভিনেতা ছেইফ আলী খানৰ আক্ৰমণৰ গোচৰত মুম্বাইৰ এখন আদালতে অভিযুক্ত বাংলাদেশৰ নাগৰিক শ্বৰিফুল ইছলাম ছেহজাদক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে। অভিনেতাজনৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনা আন্তঃৰা...