March 8, 2025 8:02 PM
ইউক্রেইনৰত ৰাছিয়াই চলোৱা আক্রমণত ১৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো লোক আহত
যোৱা নিশা ইউক্রেইনৰ ওপৰত ৰাছিয়াই চলোৱা আক্রমণত ১৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো লোক আহত হৈছে। ইউক্রেইনৰ গৃহবিভাগৰ সূত্ৰই জনোৱা মতে ৰাছিয়াৰ সেনাবাহিনীয়ে বেলিস্টিক মিছাইল, একাধিক ৰ...