September 8, 2024 11:24 AM
ৰাছিয়া-ইউক্রেইনৰ সংঘাত নিৰাময় কৰাত ভাৰত আৰু চীনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে বুলি ইটালীৰ প্ৰধানমন্ত্রীৰ মন্তব্য
ইটালীৰ প্ৰধানমন্ত্রী জিঅ' ৰজিয়া মেলনিয়ে কৈছে যে, ৰাছিয়া-ইউক্রেইনৰ সংঘাত নিৰাময় কৰাত ভাৰত আৰু চীনৰ দৰে দেশে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদমীৰ পুটিনে এই ...