October 28, 2024 11:41 AM

চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মবার্ষিকীত আয়োজিত ‘একতাৰ দৌৰ’ ৩১ অক্টোবৰৰ পৰিৱৰ্তে কাইলৈ অনুষ্ঠিত হ’ব

চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মবার্ষিকীৰ সৈতে সংগতি ৰাখি আয়োজন কৰা ‘একতাৰ দৌৰ’ ৩১ অক্টোবৰৰ পৰিৱৰ্তে কাইলৈ অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি এই কথা ঘোষণা কৰি কয় যে এইবাৰ ৩১ ...