July 27, 2024 12:16 PM
দেশলৈ প্ৰতি বছৰে চিকিৎসাৰ উদ্দেশ্যে অহা বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি
প্ৰতি বছৰে চিকিৎসাৰ উদ্দেশ্যে দেশলৈ অহা বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে। ২০২০ বৰ্ষত এই উদ্দেশ্যে অহা পৰ্যটকৰ সংখ্যা ১৮৩গৰাকীৰ পৰা বৃদ্ধি হৈ ২০২৩ চনত এই সংখ্যা ৬৩৫ হয়গৈ। ৰাজ্যসভাত এটা...