June 18, 2024 5:41 PM

উত্তৰ গুৱাহাটীৰ পৰা দক্ষিণপাৰৰ মহাবিদ্যালয়লৈ অহা ছাত্ৰ-ছাত্ৰীৰ বাবে ৰোপৱেৰ টিকটত ৫০ শতাংশ ৰেহাই দিয়াৰ কথা ঘোষণা

গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধীকৰণে বান পৰিস্থিতিৰ প্ৰতি লক্ষা ৰাখি উত্তৰ গুৱাহাটীৰ পৰা দক্ষিণপাৰৰ মহাবিদ্যালয়লৈ অহা ছাত্ৰ-ছাত্ৰীৰ বাবে ৰোপৱেৰ টিকটত ৫০ শতাংশ ৰেহাই দিয়াৰ কথা ঘোষণা কৰি...