May 29, 2024 12:29 PM

ৰীমাল ঘূৰ্ণী বতাহৰ বাবে ৰাজ্যৰ কেইবাখনো জিলাত ৰেড এলাৰ্ট জাৰি, শিক্ষানুষ্ঠান বন্ধ ঘোষণা

ৰীমাল ঘূৰ্ণী বতাহৰ প্ৰভাৱত ৰাজ্যৰ কেইবাখনো জিলাত বৰষুণ হৈ আছে আৰু এই জিলাকেইখনত সতর্কতা জাৰি কৰা হৈছে। চিৰাং, গোৱালপাৰা, বাক্সা, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ জিলাত ৰেড এলার্ট জা...