August 21, 2024 9:00 PM
দেশত ২০২৪-২৫ বৰ্ষত ব্যক্তিগত কৰ্প’ৰেট বিনিয়োগ ৫৪ শতাংশ বৃদ্ধি পাই ২,৪৫,২১২ কোটি হোৱাৰ সম্ভাৱনা
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এটা অধ্যয়নত ২০২৪-২৫ বৰ্ষত দেশত ব্যক্তিগত কৰ্প’ৰেট বিনিয়োগ ৫৪ শতাংশ বৃদ্ধি পাই ২ লাখ ৪৫ হাজাৰ ২১২ কোটি হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰা হৈছে। যোৱা বছৰ এনে বিনিয়োগ...