December 14, 2024 9:05 PM
আমানতবিহীন কৃষি ঋণৰ সীমা ২ লাখ টকালৈ বৃদ্ধিৰ কথা ঘোষণা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ
ভাৰতীয় ৰিজাৰ্ভ বেংকে আমানতবিহীন কৃষি ঋণৰ সীমা এক লাখ ৬০ হাজাৰ টকাৰ পৰা দুই লাখ টকালৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। অহা বছৰৰ ১ জানুৱাৰীৰ পৰা ইয়াক কাৰ্যকৰী কৰা হ'ব। কৃষি আৰু কৃষক কল্যাণ মন্ত্...