April 9, 2025 7:43 PM
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ৰেপ’ হাৰ ২৫ আধাৰ পইণ্ট হ্ৰাস
ভাৰতীয় ৰিজাৰ্ভ বেংক RBI-এ ৰেপ' হাৰ অৰ্থাৎ কেন্দ্ৰীয় বেংকটোৱে বাণিজ্যিক বেংকসমূহক প্ৰদান কৰা ঋণৰ সুদৰ হাৰ ২৫ আধাৰ পইণ্ট হ্ৰাস কৰিছে। RBI-এ বিগত ৫ বছৰত এইবেলি একেৰাহে দ্বিতীয় বাৰৰ বাবে ৰেপ' হাৰ...