February 21, 2025 6:59 PM
ধেমাজি বিধানসভা সমষ্টিৰ মণ্ডল সমিতিৰ বিষয়ববীয়াৰ সৈতে শিক্ষামন্ত্রীৰ বৈঠক
শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি বিধানসভা সমষ্টিৰ মণ্ডল সমিতিৰ বিষয়ববীয়া, শক্তিকেন্দ্ৰৰ আহ্বায়ক আৰু বুথ পৰ্যায়ৰ সভাপতি-সম্পাদকসকলৰ সৈতে ভার্চুৱেল ব্যৱস্থাৰে এখন বৈঠকত অংশ...