April 12, 2025 12:51 PM
চাহ জনগোষ্ঠী আৰু অনুসূচীত জাতিৰ ছাত্ৰ-ছাত্ৰীসকলৰ ফলাফল আশানুৰূপ নোহোৱাক লৈ শিক্ষামন্ত্ৰীৰ উদ্বেগ প্রকাশ
শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত চাহ জনগোষ্ঠী আৰু অনুসূচীত জাতিৰ ছাত্ৰ-ছাত্ৰীসকলৰ ফলাফল আশানুৰূপ নোহোৱাক লৈ উদ্বেগ প্রকাশ কৰিছে। ডাঃ পেগুৱে কালি এখন সং...