October 28, 2024 11:47 AM

নতুন শিক্ষাবৰ্ষৰ পৰা ৰাজ্যৰ বিদ্যালয়সমূহত মাতৃভাষা মাধ্যমত পাঠদান হ’বঃ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু

নতুন শিক্ষাবৰ্ষৰ পৰা ৰাজ্যৰ বিদ্যালয়সমূহত মাতৃভাষা মাধ্যমত পাঠদান হ'ব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ঘোষণা কৰে। তেওঁ কয় যে, মিচিং, দেউৰী, তিৱা, চাওতালী, ৰাভা, ডিমাচা ভাষাৰ মাধ্যমত শিক...