April 6, 2025 12:22 PM
ৰাজ্যৰ স্নাতক মহাবিদ্যালয়সমূহত অহা ৫ বছৰলৈ থাকিব উচ্চতৰ মাধ্যমিকৰ শ্ৰেণী দুটাঃ শিক্ষামন্ত্ৰী ৰণোজ পেগু
ৰাজ্যৰ স্নাতক মহাবিদ্যালয়সমূহত থকা উচ্চতৰ মাধ্যমিক শাখাৰ শ্ৰেণী দুটা অহা ৫ বছৰ পৰ্যন্ত ৰখা হ'ব। এই সময়ছোৱাতে উচ্চ মাধ্যমিক বিদ্যালয়সমূহ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰি একাদশ ...