September 22, 2024 11:23 AM
নতুনকৈ গঠিত উপ-জিলাসমূহৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত জিলা আয়ুক্ত আৰু সহকাৰী আয়ুক্তসকলক জনসাধাৰণৰ প্ৰতি দায়িত্বশীল হৈ কাম কৰি সু-শাসন ব্যৱস্থা প্ৰতিষ্ঠাৰ বাবে সাধাৰণ প্ৰশাসন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ আহ্বান
ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে নতুনকৈ গঠন কৰা উপ-জিলাসমূহৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত জিলা আয়ুক্ত আৰু সহকাৰী আয়ুক্তসকলৰ সামৰ্থ বৃদ্ধিৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি অ...