March 23, 2025 6:45 PM
কামৰূপ জিলাৰ ৰাণী সংৰক্ষিত বনাঞ্চলত বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ
কামৰূপ জিলাৰ ৰাণী সংৰক্ষিত বনাঞ্চলত উৱলি যোৱা বন্যহস্তীৰ এটা মৃতদেহ উদ্ধাৰ কৰা হয়। পূৱ কামৰূপ বন সংমণ্ডলৰ অধীনৰ ৰাণী ৰেঞ্জৰ অন্তৰ্গত দেওপাহাৰত উদ্ধাৰ কৰা মৃত বন্যহস্তীটো চোৰাং চিকাৰীয...