March 16, 2025 2:22 PM
ওড়িয়া সাহিত্যৰ প্ৰখ্যাত আধুনিক কবি, পদ্মভূষণ ৰমাকান্ত ৰথৰ ভূৱনেশ্বৰত দেহাৱসান
ওড়িয়া সাহিত্যৰ প্ৰখ্যাত আধুনিক কবি, পদ্মভূষণ সন্মানেৰে সন্মানিত ৰমাকান্ত ৰথৰ আজি পুৱা ভূৱনেশ্বৰত দেহাৱসান হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯১ বছৰ। তেওঁৰ মৃত্যুত উড়িয়া সাহিত্যৰ এট...