ডাউনলোড
মোবাইল এপ

android apple
signal

July 29, 2024 8:19 PM

কৰ্তৃপক্ষৰ অৱহেলাৰ ফলত দিল্লীৰ এখন কোচিং ইন্সটিটিউটৰ শিক্ষাৰ্থীৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ৰাজ্যসভাত চমু আলোচনা

ৰাজ্যসভাত আজি কৰ্তৃপক্ষৰ অৱহেলাৰ ফলত দিল্লীৰ এখন কোচিং ইন্সটিটিউটৰ শিক্ষাৰ্থীৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত চমু আলোচনা কৰা হয়। বিজেপিৰ সুধাংশু ত্রিবেদী এই আলোচনা আৰম্ভ কৰি এনে ঘটনা অপৰাধমূলক...

July 29, 2024 8:15 PM

প্রধানমন্ত্রী স্বনিধি আঁচনিৰ জৰিয়তে এতিয়ালৈকে ১১ হাজাৰ ৭১৩ কোটি টকাৰ ঋণ পদপথৰ ব্যৱসায়ীসকলক প্ৰদান কৰা হৈছে

প্রধানমন্ত্রী স্বনিধি আঁচনিৰ জৰিয়তে এতিয়ালৈকে ১১ হাজাৰ ৭১৩ কোটি টকাৰ ঋণ পদপথৰ ব্যৱসায়ীসকলক প্ৰদান কৰা হৈছে বুলি চৰকাৰে আজি প্ৰকাশ কৰিছে। ৰাজ্যসভাত আজি এটা প্ৰশ্নৰ লিখিত উত্তৰত গৃহ আৰ...

July 26, 2024 7:58 PM

ৰাজ্যসভাত আজি সাধাৰণ বাজেট ২০২৪-২৫ৰ ওপৰত পুনৰ আলোচনা আৰম্ভ

ৰাজ্যসভাত আজি সাধাৰণ বাজেট ২০২৪-২৫ৰ ওপৰত পুনৰ আলোচনা আৰম্ভ হয়। আলোচনাত অংশগ্রহণ কৰি ৱাই এছ আৰ চি পিৰ এছ নিৰঞ্জন ৰেড্ডীয়ে বাজেটখনক প্ৰশংসা কৰি কয় যে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে বাজেট...

July 25, 2024 8:11 PM

ৰাজ্যসভাত আজি কেন্দ্ৰীয় বাজেট কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাজেট ২০২৪-২৫ বৰ্ষৰ ওপৰত পুনৰ আলোচনা আৰম্ভ

ৰাজ্যসভাই আজি ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেট আৰু ২০২৪-২৫ বৰ্ষৰ বাবে কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ বাজেটৰ ওপৰত পুনৰ আলোচনা আৰম্ভ কৰে। আলোচনাত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ সুৰেশ সি সূৰ্যে...

April 4, 2024 9:22 PM

ৰাজ্যসভাৰ সাংসদ হিচাপে কংগ্ৰেছ নেত্রী ছোনিয়া গান্ধী আৰু কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ শপত গ্ৰহণ

♦ জ্যেষ্ঠ কংগ্ৰেছ নেত্রী ছোনিয়া গান্ধী আৰু কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি ৰাজ্যসভাৰ সাংসদ হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে দুয়োকে শপত গ্ৰহণ কৰোৱায়। বিজেপি...

April 4, 2024 6:47 PM

ৰাজ্যসভাৰ সাংসদ হিচাপে ছোনিয়া গান্ধীৰ শপতগ্রহণ

⇒ জ্যেষ্ঠ কংগ্ৰেছ নেত্রী ছোনিয়া গান্ধীয়ে আজি ৰাজ্যসভাৰ সাংসদ হিচাপে শপতগ্রহণ কৰে। ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে শপত গ্ৰহণ কৰোৱায়। শ্ৰীমতী গান্ধী ৰাজস্থানৰ পৰা সাংসদ হিচাপে নিৰ্বাচি...

April 4, 2024 1:20 PM

প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙৰ ৰাজ্যসভাৰ পৰা অৱসৰ গ্ৰহণ

◊প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙে কালি ৰাজ্যসভাৰ পৰা অৱসৰ গ্ৰহণ কৰে। ১৯৯১ চনত প্ৰথমবাৰৰ বাবে অসমৰ পৰা তেওঁ ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল আৰু প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাও চৰকাৰত বিত্...