August 28, 2024 9:53 AM

ৰাজ্যসভাৰ উপনির্বাচনত বিজেপিৰ ৯, এন ডি এ মিত্ৰজোঁটৰ ২, কংগ্ৰেছৰ এগৰাকী প্রার্থী বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত

ৰাজ্যসভাৰ উপনির্বাচনত বিজেপিৰ ৯গৰাকী এন ডি এ মিত্ৰজোঁটৰ দুগৰাকী আৰু কংগ্ৰেছৰ এগৰাকী প্রার্থী বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা বিজেপিৰ প...