July 25, 2024 10:48 AM
ৰাজ্যসভাত ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেটৰ আলোচনাত কংগ্ৰেছ, বিজেপি, অসম গণ পৰিষদ, টি এমচিৰ সাংসদৰ অংশগ্ৰহণ
ৰাজ্যসভাতো কালি ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেটক লৈ আলোচনা হয়। উচ্চ সদনত আলোচনা আৰম্ভ কৰি কংগ্ৰেছ সাংসদ পি চিদাম্বৰমে কর্মসংস্থাপনহীনতা আৰু মুদ্রাস্ফীতিৰ বিষয় উত্থাপন কৰে। তেওঁ লগতে অ...