October 20, 2024 6:47 PM

ৰাজস্থানৰ খোলপুৰত সংঘটিত পথ দুৰ্ঘটনাত কমেও ১২ জন লোকৰ প্রাণহানি

ৰাজস্থানৰ খোলপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা হোৱা এটা পথ দুৰ্ঘটনাত কমেও ১২ জন লোকে প্রাণ হেৰুৱায়। বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰি উভতি অহা অৱস্থাত এখন শিপাৰ বাছ আৰু এখন অটোৰিক্সাৰ মাজত হো...