ডাউনলোড
মোবাইল এপ

android apple
signal

January 4, 2025 1:47 AM

কুম্ভমেলাৰ দৰ্শনাৰ্থীসকলৰ টিকট বুকিঙৰ সুবিধাৰ বাবে প্রযুক্তিগত নতুন উপায় প্ৰৱৰ্তন ভাৰতীয় ৰেল’ৱে

ভাৰতীয় ৰেল'ৱেই মহা কুম্ভমেলাৰ দৰ্শনাৰ্থীসকলৰ টিকট বুকিঙৰ সুবিধাৰ বাবে প্রযুক্তিগত এটা নতুন উপায় প্ৰৱৰ্তন কৰিছে। ইয়াৰ অংশ হিচাপে ৰেল'ৱেৰ কৰ্মচাৰীসকলে কিউ আৰ ক'ড থকা সেউজীয়া জেকেট পৰিধ...

December 13, 2024 7:30 PM

ৰে’লযাত্ৰাক অধিক সুৰক্ষিত আৰু নিৰাপদৰ বাবে ৩১ টা ষ্টেছনত ক্লেপ টাইপ লকিঙৰ সৈতে থিক ৱেৱ চুইচ পইণ্ট মেচিন স্থাপন উত্তৰ পূৱ সীমান্ত ৰে’লৱে

উত্তৰ পূৱ সীমান্ত ৰে’লৱে ৰে’লযাত্ৰাক অধিক সুৰক্ষিত আৰু নিৰাপদ কৰি তোলাৰ বাবে সংমণ্ডলটোৰ ৩১ টা ষ্টেছনত ক্লেপ টাইপ লকিঙৰ সৈতে থিক ৱেৱ চুইচ পইণ্ট মেচিন স্থাপন কৰিছে। উত্তৰ-পূৱ সীমান্ত ৰে’লৱ...

November 7, 2024 8:29 PM

উৎসৱৰ বতৰত যাত্ৰীৰ সুবিধাৰ্থে কাইলৈৰ পৰা ১৬৪ খন বিশেষ ৰে’লগাড়ী চলাচলৰ ব্যৱস্থা ভাৰতীয় ৰে’লৱেৰ

ভাৰতীয় ৰে’লৱেই উৎসৱৰ বতৰত যাত্ৰীৰ সুবিধাৰ্থে কাইলৈৰ পৰা ১৬৪ খন বিশেষ ৰে’লগাড়ী চলাচলৰ ব্যৱস্থা কৰিছে। উৎসৱ পালনৰ পাছত নিজ নিজ ঘৰলৈ যাব বিছৰা যাত্ৰীসকল ইয়াৰ পৰা লাভান্বিত হ’ব। ৰে'লৱেই প...

November 2, 2024 5:36 PM

ষট পূজা উপলক্ষ্যে ৰে’ল বিভাগে যাত্ৰীৰ সূচল যাতায়াতৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ ৰে’লগাড়ী চলাচলৰ ব্যৱস্থা

ষট পূজা উপলক্ষ্যে ৰে’ল বিভাগে যাত্ৰীৰ সূচল যাতায়াতৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ ৰেলগাড়ী চলাচলৰ ব্যৱস্থা কৰিছে। এই বিশেষ ৰেলগাড়ীসমূহ নতুন দিল্লীৰ আনন্দ বিহাৰ আৰু নিজামদ্দিন ৰে’ল ...

November 1, 2024 5:31 PM

ৰে’লৰ টিকটৰ আগতীয়া সংৰক্ষণত ৰে’ল বিভাগৰ নতুনকৈ প্ৰৱৰ্তন কৰা নিয়ম আজিৰে পৰা কাৰ্যকৰী

ৰে’লগাড়ীৰ টিকটৰ আগতীয়া সংৰক্ষণৰ ক্ষেত্ৰত ৰে’ল বিভাগে নতুনকৈ প্ৰৱৰ্তন কৰা নিয়ম আজিৰে পৰা কাৰ্যকৰী হৈছে। এই নতুন ব্যৱস্থা অনুসৰি আগতীয়া আসন সংৰক্ষণৰ সময়সীমা পূৰ্বৰ ১২০ দিনৰ পৰিৱৰ্তে...

September 28, 2024 6:03 PM

পহিলা অক্টোবৰৰ পৰা ৩০ নৱেম্বৰলৈ ৬ হাজাৰতকৈ অধিক বিশেষ ৰে’ল চলাচলৰ ব্যৱস্থা ভাৰতীয় ৰে’ল বিভাগৰ

ভাৰতীয় ৰে'ল বিভাগে দুৰ্গা পূজা, দেৱালী আৰু ছট পূজাৰ বাবে অহা পহিলা অক্টোবৰৰ পৰা ৩০ নৱেম্বৰলৈ ৬ হাজাৰতকৈ অধিক বিশেষ ৰে'ল চলাচলৰ ব্যৱস্থা কৰিছে। উল্লেখযোগ্য যে প্ৰতি বছৰে ৰে'ল বিভাগে বর্ধিত য...

August 31, 2024 8:35 PM

ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে ৩ খন বন্দে ভাৰত ৰে’লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ প্রধানমন্ত্ৰী মোদীৰ

♦ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ৩ খন বন্দে ভাৰত ৰে'লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰতৰ পৰিকল্পনাক বাস্তবায়িত কৰাৰ অংশ ...

August 1, 2024 8:33 PM

দেশত ৰে’ল দুৰ্ঘটনা ৰোধ কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ

কেন্দ্ৰীয় চৰকাৰে কৈছে যে, দেশত ৰে'ল দুৰ্ঘটনা ৰোধ কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ আৰু ইউ পি এৰ শাসন কালৰ তুলনাত ৰে'ল দুৰ্ঘটনা ৬৮ শতাংশ হ্রাস পাইছে। লোকসভাত আজি ৰে'ল মন্ত্ৰ্যালয়ৰ দাবী মঞ্জুৰি সম্পৰ্...

July 18, 2024 7:41 PM

উত্তৰ প্ৰদেশৰ গোণ্ডা ষ্টেচনৰ সমীপত ডিব্ৰুগড়-চণ্ডীগড় এক্সপ্ৰেছ দুৰ্ঘটনাত পতিত, ২ জন নিহত

উত্তৰ প্ৰদেশৰ গোণ্ডা ষ্টেচনৰ সমীপত আজি ডিব্ৰুগড়-চণ্ডীগড় এক্সপ্ৰেছ দুৰ্ঘটনাত পতিত হয়। ৰে'লৱেৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি দুৰ্ঘটনাৰ ফলত ৰে'লখনৰ ৬টা দবা পথচ্যুত হয়। দুর্ঘটনাত কমেও দুজন যা...

July 18, 2024 6:10 PM

উত্তৰ প্ৰদেশৰ মানকাপুৰৰ জিলাহীৰ গোণ্ডা-গোড়খপুৰ পথত ডিব্ৰুগড়-চণ্ডীগড় এক্সপ্ৰেছৰ কেইবাটাও দবা পথচ্যুত

উত্তৰ প্ৰদেশৰ মানকাপুৰৰ জিলাহীৰ গোণ্ডা-গোড়খপুৰ পথত ডিব্ৰুগড়-চণ্ডীগড় এক্সপ্ৰেছৰ কেইবাটাও দবা পথচ্যুত হয়। ৰে'লৱেৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি লক্ষ্ণৌৰ পৰা যোৱা দলে উদ্ধাৰ অভিযান অব্যাহত...