June 19, 2024 12:47 PM
ৰাহুল গান্ধীৰ কেৰালাৰ ৱায়নাড লোকসভা আসন ত্যাগ
কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কেৰালাৰ ৱায়নাড লোকসভা আসন ত্যাগ কৰিছে। শ্রীগান্ধী পদত্যাগ পত্র লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কালি গ্ৰহণ কৰে । কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খার্গেই কালি কৈছিল ...