April 7, 2024 9:13 PM

পাব্লিক স্পীকঃ অসামৰিক লোকৰ বাবে উপলব্ধ পেন্সন বিকল্পসমূহ সন্দৰ্ভত আলোচনা

আকাশবাণীৰ দ্বিভাষিক অনুষ্ঠান পাব্লিক স্পীকত কাইলৈ নিশা চাৰে ৯ বজাত Pension Options available for General public অর্থাৎ অসামৰিক লোকৰ বাবে উপলব্ধ পেন্সন বিকল্পসমূহ সন্দৰ্ভত বিত্ত বিশেষজ্ঞ বলৱন্ত জৈন আৰু সাৰদ ক’হলিৰ ...