February 6, 2025 11:12 AM
ইছলাম ধৰ্মৰ ইছমাইলী গুৰু প্রিন্স কৰিম আগা খান চতুৰ্থৰ বিয়োগত প্ৰধানমন্ত্ৰী মোদীৰ শোক
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইছলাম ধৰ্মৰ ইছমাইলী গুৰু প্রিন্স কৰিম আগা খান চতুৰ্থৰ বিয়োগত কালি গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমোদীয়ে কয়, যে আগা খানে তেওঁৰ জী...