January 10, 2025 12:58 PM
অষ্টাদশ প্ৰৱাসী ভাৰতীয় দিৱস সন্মিলনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি ওড়িশাৰ ৰাজধানী ভূৱনেশ্বৰৰ জনতা ময়দানত চলি থকা অষ্টাদশ প্ৰৱাসী ভাৰতীয় দিৱস সন্মিলনত ভাগ ল'ব। যোৱানিশা ভূৱনেশ্বৰত উপস্থিত হোৱা ৰাষ্ট্ৰপতিগৰাক...