February 4, 2025 8:23 PM
ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ আলোচনা সম্পৰ্কত প্ৰধানমন্ত্ৰী শ্রীমোদীৰ উত্তৰ
বৰ্তমান চৰকাৰে দুখীয়া জনসাধাৰণৰ কল্যানৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ ফলস্বৰূপে ২৫ কোটি লোক দৰিদ্ৰতাৰ কবলৰ পৰা মুক্ত হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। লোকসভাত আজি ৰাষ্...