January 6, 2025 7:33 PM
চৰকাৰে অনুসূচীত জনজাতিকে ধৰি সমাজৰ সকলো শ্ৰেণীৰ লোকৰ সৱলীকৰণৰ ক্ষেত্ৰত কাম কৰি আছে : ৰাষ্ট্ৰপতি
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে, চৰকাৰে অনুসূচীত জনজাতিকে ধৰি সমাজৰ সকলো শ্ৰেণীৰ লোকৰ সৱলীকৰণৰ ক্ষেত্ৰত কাম কৰি আছে বুলি প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি ভৱনত আজি দেশৰ বিভিন্ন ৰাজ্যৰ পঞ্চা...